অনুধিতা : হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্য (ছবি ছন্দ)

হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |
হেনয় দ্বাৰত বেত্ৰ- প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক ||১১৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত