ৰাম নিৰঞ্জন পাতক ভঞ্জন হৰি হৰি ৰাম হৰি হৰি ৰাম কহ হৰি ৰাম নকৰা বিৰাম ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম নমো কৃষ্ণ ৰাম তুমি পূৰ্ণকাম বোলা ৰাম ৰাম ছাড়া আন কাম ৰাম নিৰঞ্জন পাতক ভঞ্জন › 55504 reads Add new comment Your name Comment * CAPTCHAThis question is for testing whether or not you are a human visitor and to prevent automated spam submissions. Math question * 3 + 13 = Solve this simple math problem and enter the result. E.g. for 1+3, enter 4. Leave this field blank
Add new comment