নাম : অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন (ছবি ছন্দ)

অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন
হংস নাৰায়ণ অষ্ট নাম |
পৰম মঙ্গল-ৰূপ যিটো অহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মনস্কাম ||১১৬


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত