বৰ্ণাশ্ৰম-ধৰ্ম্ম যত যাৰ যেন বিধি আছে
তাৰেসে কেৱল অধিকাৰ |
হৰি-নাম-কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাজে সাৰ ||১৩০
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3119 reads