ছবি : ভগৱন্ত-ভক্তি-যুক্ত পুৰুষৰ আত্ম-বোধ (লেছাৰি ছন্দ)

ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্ম-বোধ
মাধৱৰ প্ৰসাদে মিলয় |
কৃষ্ণৰ কৃপাত তেৱে গুচয় সংসাৰ-বন্ধ
এহিমানে গীতাৰ নিৰ্ণয় ||৬২০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত