আশ্ৰয় : নোহো জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নোহো আতি (লেছাৰি ছন্দ)

নোহো জানা আমি চাৰি জাতি চাৰিয়ো আশ্ৰমী নোহো আতি
নোহো ধৰ্ম্ম-শীল দান-ব্ৰত তীৰ্থ-গামী |
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্ত্তা পদ-কমলৰ
দাসৰো দাসৰ তাম দাস ভৈলো আমি ||৬৭০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত