ভাগৱত-প্ৰশংসা : ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত (লেছাৰি ছন্দ)

ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত
যত মহাজনসৱৰ সভা-মধ্যত |
পৰম-আনন্দ-ৰসময় কোটি সূৰ্য্য সম প্ৰকাশয়
মহাভাগৱত নোহন্ত যাৱে বেকত ||৬৭৮


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত