প্ৰশংসা : বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত (ছবি ছন্দ)

বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত
সৱে হৰি-নামৰ কিঙ্কৰ |
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ ||১১৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত