শৰণ : শোক-মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈলা দেখি (লেছাৰি ছন্দ)

শোক-মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈলা দেখি
পৰম ঈশ্বৰ দেৱকী-নন্দ-নন্দন |
কৃপায়ে ঈশ্বৰ-তত্ত্ব কহি উদ্ধাৰিবা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ ||৫৯১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত