বস্তু-প্ৰকাশ : আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম আছিলেক মাত্ৰ হৰি-নাম (লেছাৰি ছন্দ)

আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম আছিলেক মাত্ৰ হৰি-নাম
দেৱসৱে গুপ্ত কৰিলে কৰি কপট |
হেন হৰি-নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা
শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট ||৬৬৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত