কৃষ্ণ নিগদতি অৰ্জ্জুনত দেহাদিক আমি অতিক্ৰমি
হৈয়া আছোঁ শুদ্ধ ব্ৰহ্মতো কৰি উত্তম |
এতেকেসে জানা ইটো লোকে বেদতো প্ৰখ্যাত হুয়া আছে
মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম ||৬৭৬
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2790 reads