নমস্কাৰ: মত্স্যৰ কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম (ছবি ছন্দ)

ম‍ৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম |
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ||৩


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত