খেদ : আপুন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া (লেছাৰি ছন্দ)

আপুন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত |
এতাদৃশী তৱ কৃপা হৰি মোহোৰ দুৰ্দৈৱ দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত ||৬৭৭


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত