Skip to main content
কীৰ্ত্তন ঘোষা অনলাইন
Main menu
মুখ্য পৃষ্ঠা
কীৰ্ত্তন-ঘোষা
নাম-ঘোষা
গুণমালা
চৈধ্য প্ৰসঙ্গৰ পাঠ
প্ৰসঙ্গ প্ৰণালী
বৰগীত
You are here
মুখ্য পৃষ্ঠা
»
নাম-ঘোষা
»
মহিমা
আখৰৰ মাপ পৰিবৰ্তন
-
A
A
+
A
নাম-ঘোষা
অনুধিতা
অনুনাথনা
আত্ম-উপদেশ
আত্ম-নিন্দা
আশ্ৰয়
ঈশ্বৰ নিৰ্ণয়
উপদেশ
কলি-ধৰ্ম্ম
কলি-ধৰ্ম্ম-নিৰ্ণয়
কাকূতি
কাৰুণ্য
কীৰ্ত্তন-প্ৰশংসা
কৃষ্ণৰ পুৰুষ-লক্ষণ
খেদ
ঘোষা
ছবি
তাৎপৰ্য্য
নমস্কাৰ
নাম
নাম-মহিমা
নামান্বয়
নিন্দা
নিৱেদন
পৰম-পুৰুষাৰ্থ
পৰমাৰ্থ-সাৰ
প্ৰাৰ্থনা
প্ৰাৰ্থনা-নিবেদন
প্ৰশংসা
বস্তু-প্ৰকাশ
বৰ্ণাশ্ৰম
বিৰকতি
ভজন
ভাগৱত-প্ৰশংসা
মহিমা
মহিমা : কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা (ছবি ছন্দ)
মহিমা : ৰাম-কৃষ্ণ-হৰি-নাম মুখে থাকে যাৰ (পদ ছন্দ)
মহিমা : 'ৰা' শৱদক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম (লেছাৰি ছন্দ)
মহিমা : হৰিত শৰণ লৈয়া যিটো জন এ (ঘোষা ছন্দ)
মহিমা : ৰামৰ নামেসে অমিয়া ঝুৰে (ঘোষা ছন্দ)
মহিমাযুক্ত উপদেশ
সাৰ-নিৰ্ণয়
যুগ-ধৰ্ম্ম-নিৰ্ণয়
লেছাৰি
শৰণ
স্তুতি
হৰবাৰ
মহিমা : ৰামৰ নামেসে অমিয়া ঝুৰে (ঘোষা ছন্দ)
ৰামৰ নামেসে অমিয়া ঝুৰে
ভকত-জন-মনোৰথ পূৰে ||৭৬১
ভাল ভাৰসা পায়া আছি হৰি কৰুণাময়
ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ |
ৰাম বুলিতে পাপী তৰে হৰি কৰুণাময়
সকল আপদ হোৱে দূৰ ||৭৬২
ভকতসৱে ৰাম-নাম গাৱে |
কালামায়া ডৰে তৰতৰাৱে ||৭৬৩
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
‹ মহিমা : হৰিত শৰণ লৈয়া যিটো জন এ (ঘোষা ছন্দ)
up
মহিমাযুক্ত উপদেশ ›
1905 reads