কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন

[শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ (আদি ছােৱা) পদ ছন্দৰ ‘গোপীসৱৰ কৃষ্ণ প্রাপ্তি’ খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ১৪৫৯)]

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন। 
কেতিক্ষণে পৰে ইটো অথিৰ জীৱন৷। 
কলিত কীৰ্ত্তন বিনে নাহি আন গতি। 
বোলা ৰাম ৰাম সৱে থিৰ কৰা মতি।৷