অপৰাধ ভঞ্জন ঘোষা : ৩

যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো৷

শ্ৰৱণ কীৰ্ত্তন নিৰ্ম্মল ভকতি

কাকূতি কৰিয়া মাগো৷৷

দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি৷

দান্তে তৃণ ধৰো চৰণত পৰো৷

নেৰিবা মোক মুৰাৰি৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত