অপৰাধ ভঞ্জন ঘোষা : ৫

সহস্ৰ সহস্ৰ আতি   অপৰাধ দিনে ৰাতি

কৰো আমি মহা মূঢ় জন৷

আমি প্ৰভু তযু দাস   আকে মানি জগবাস

ক্ষমিয়োক শ্ৰীমধুসূদন৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত