দ্বিতীয় যুগল পটল: নামছন্দ

ৰাম ৰাম ৰাম ৰাম ৰাম। ৰাম কৃষ্ণ হৰি নাৰায়ণ।।
ৰাম ৰাম ৰাম ৰাম গোপাল - জীৱেৰ জীৱন যদুৰায়।। (ঘুষিব লাগে) 

ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
    এ ৰাম কৃষ্ণ হৰি হৰি হৰি অ' ।।
অ' হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম
    * শ্রীৰাম জয় জয় ৰাম।।*
বৰপেটা সত্রত  গাৱা হয় :( এ শ্রীৰাম জয় ৰাম জয় জয় ৰাম।। ) (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত