দ্বাবিংশ যুগল পটল: নামছন্দ

মোৰ প্রাণ হৰে         জীৱন প্রাণ হৰে.. .....
হৰিৰে ৰাম             ৰাম কৃষ্ণ হৰে।
কৃষ্ণ হৰি এ         প্রাণ হৰি এ
* হৰিৰে ৰাম, ৰাম কৃষ্ণ হৰে।। *(ঘুষিব লাগে)
হৰিৰে হৰিৰে ৰাম ৰাম কৃষ্ণ
* এ জয় জয় হৰি নাৰায়ণ *(ঘুষিব লাগে)
গোবিন্দ এ জয় কৃষ্ণ
জয় ৰাম জয় ৰাম।। *(ঘুষিব লাগে)
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।
হৰি হৰি * এ নাৰায়ণ জয় গোবিন্দ ৰাম। *(ঘুষিব লাগে)
 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত