গোপাল গোবিন্দ ৰাম মাধৱ।
ভকত জনৰ তুমি বান্ধৱ।।
গোপাল গোবিন্দ গৰুড়কেতু।
ভকতৰ ধন জীৱন হেতু।।
ৰাম নিৰঞ্জন নিৰাময়।
জয় জগন্নাথ দয়াময়।।
গোবিন্দ গোবিন্দ গোবিন্দ ৰাম।
পতিত পাৱন তোমাৰ নাম।।
হলিৰাম শ্রীৰাম বামন পৰশুৰাম।। (তাল ধিমাব)
* মুকুন্দ মুৰাৰি দীন দয়াশীল হৰি ৰাম।
কমললোচন দুঃখমোচন মুৰাৰি ৰাম।।*( ঘুষিব লাগে)
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 11842 reads