বিংশ যুগল পটল: নাম ছন্দ

এ ৰাম হৰি জয় ৰাম হৰি।
গোপাল গোবিন্দ ৰাম হৰি জয়।।
এ ৰাম হৰি জয় ৰাম।
ৰাম হৰি জয় ৰাম ৰাম।।
এ হৰি হৰি ৰাম জয়।
ৰাম হৰি জয় ৰাম গোবিন্দ।।
এ ৰাম জয় জয় ৰাম জয়।
* মুকুন্দ মুৰাৰি ৰাম হৰি জয়।। *(ঘুষিব লাগে )