তৃতীয় যুগল পটল - নাম ছন্দ

* দীন দয়াশীল দেৱ      দামোদৰ হৰি দামোদৰ।
দামোদৰ দামোদৰদেৱ দামোদৰ।। (ঘুষিব লাগে)
অনাদি অনন্ত সদা     শিৱ সনাতন হৰি এ
অ নিত্য নিৰঞ্জন হৰি  নিত্য নিৰঞ্জন অ
নিত্য নিৰঞ্জন      নিত্য নিৰঞ্জন হৰি
নিত্য নিৰঞ্জন।।
মুৰাৰি মধুৰিপু     ৰাঘৱ এ . . . . . . . . .
ৰাম ৰঘুপতি ৰাম ৰাম ৰাম হৰি।
ৰাম ৰাম ৰাম অ       ৰাম ৰাম ৰাম
নাৰায়ণ জয় নাৰায়ণ এ।।
যাদৱ যদুপতি মাবৱ এ।
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ অ
নাৰায়ণ, নাৰায়ণ হৰি নাৰায়ণ।।
ৰাম কৃষ্ণ গোবিন্দ গোপীনাথ হৰি গোপীনাথ
গোপীনাথ, গোপীনাথ হৰি গোপীনাথ।।
* কৰুণা সাগৰ মোৰ বান্ধৱ এ।
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম, (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত