ষষ্ঠ যুগল পটল: নাম চন্দ

গোপাল গোপীনাখ  গোবিন্দ ৰাম ৰাম
* এ গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ ৰাম।।*(তাল ঘুষিব লাগে)
গোবিন্দ ৰাম গোবিন্দ ৰাম।
গোপাল গোবিন্দ ৰাম ৰাম।
হৰি হৰি হৰি ৰাম গোবিন্দ।
মুৰাৰি মুকুন্দ জয় ৰাম।।
ৰাম কৃঞ্চ হৰি ৰাম ৰাম।
গোপাল গোবিন্দ জয় ৰাম।।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।।
অমিয়া মাধুৰী তযু নাম।।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয়।
ৰাম কৃষ্ণ দীন দয়াময়।।
যাদৱ মাধৱ দীন দয়াল।
দৈৱকী নন্দন ৰাম গোপাল।
মোৰ ইষ্টদেৱ যাদৱ ৰায়।।
সেৱা কৰিবাৰ নামে উপায়।।

* ৰাম ৰঘুপতি পৰমানন্দ ও  পৰম পুৰুষ দীন বন্ধু গোবিন্দ।
*(ঘুষিব লাগে)

* গোবিন্দ এ জয় কৃষ্ণ জগত জীৱন ৰাম।।*(ঘুষিব লাগে)

* সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ।
*(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত