একাদশ যুগল পটল: নাম ছ্ন্দ

শিৱ শিৱ শিৱ শিৱ শিৱ শিৱ সনাতন জগজীৱ।
    মাধৱ মাধৱ মাধৱ মধুৰিপু।
* গোবিন্দ এ কৃষ্ণ হৰি হৰি ৰাম।। ( ঘুষিব লাগে)

নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়,

* মুৰাৰি এ হৰি হৰি ৰাম। ( ঘুষিব লাগে)

এ প্ৰাণ গোপাল দীন বন্ধু নাৰায়ণ ( ঘুষিব লাগে)

    * হে হে পৰম গুৰু পুৰুষোত্তম
হৰি পুৰুষোত্তম  
পুৰুষোত্তম     পুৰুষোত্তম
জয় পুৰুষোত্তম।। *( ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত