পঞ্চম যুগল পটল: নামচন্দ (বিসম তাল)

মুকুন্দ মাধৱ     মুৰাৰি মধুৰিপু
জগত জীৱন ৰাম হৰি হৰি।। (তাল ঠুক্ ণী)

জয়তি যদুপতি     জগত জীবন,
যাদৱ মাধৱ ৰাম হৰি হৰি।
পৰম পুৰুষ ৰাম জয় জয়।।(তাল ঠুক্ ণী)

ৰাম ৰাম কৃষ্ণ      ৰাম ৰাম কৃষ্ণ
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি।। (তাল ঠুক্ ণী)
ৰাম ৰাম ৰাম     ৰাঘৱ ৰঘুপতি,
প্রণত পালক দেৱ হৰি হৰি।
প্রপন্ন তাৰক দেৱ জয় জয়।(তাল ঠুক্ ণী)
হৰিতো হৰি হৰি     হৰিতো হৰি হৰি
হৰিতো হৰি হৰি ৰাম জয় জয়।। (তাল ঠুক্ ণী)
(বিসম তাল সমাপ্ত)

*কৃষ্ণ দেৱ তুমি প্রভু দীন দু:খহাৰীঅ
ভকত ৰঞ্জন ভৱ ভঞ্জন মুৰাৰি।।* (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত