নৱম যুগল পটল: নামছন্দ

* ৰাম হৃষীকেশ, গোবিন্দ হৃষীকেশ।। *(ঘুষিব লাগে)
গোবিন্দ ৰাম গোবিন্দ ৰাম।
ৰাম কৃষ্ণ গোবিন্দ ৰাম।( তাল ধিমাব)
* এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।। *(ঘুষিব লাগে)
হৰি, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি হৰি। *(ঘুষিব লাগে)
* এ ৰাম কৃষ্ণ ৰাম ৰাম নাৰায়ণ।।*(ঘুষিব লাগে)
* জয়, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি।। *(ঘুষিব লাগে)
* ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন।
তুমিসে গোবিন্দ ভকতৰ মহাধন। *(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত