দশম যুগল পটল: নামছ্ন্দ

জয় হৰি ৰাম জয় শ্রীৰাম।
পৰম মঙ্গল মাধৱৰ গুণ নাম  (জয় হৰি ৰাম)
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
মধু মুৰ মথন মুৰাৰি হৰি ৰাম (কৃষ্ণ কৃষ্ণ ৰাম) (ঘুষিব লাগে)

* ৰাম কমলাপতি তুমি অগতিৰ গতি।
ভকতি মিনতি স্ততি নজানো পামৰ মতি।। (ঘুষিব লাগে)
* গোপাল জয় ৰাম গোবিন্দ জয় ৰাম। (ঘুষিব লাগে)
গোপাল গোবিন্দ ৰাম কৃষ্ণ মুকুন্দ।
গোবিন্দ গোবিন্দ দৈৱকী নন্দন হৰি ৰাম নাৰায়ণ।।
গোপাল গোবিন্দ মুকুন্দ ৰাম ৰাম।
হৰি ৰাম শ্রীৰাম জয় জয় ৰাম ৰাম। (তাল ধিমাব)

এ ৰাম জয় ৰাম জয়, ৰাম জয় ৰাম।
ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম।। (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত