ষোড়শ যুগল পটল: নামছ্‌ন্দ

হায় এ... ... জগন্নাথ জগন্নাথ     জগন্নাথ জগন্নাথ
জগন্নাথ জগন্নাথ হৰি।
জগন্নাথ জগন্নাথ     জগন্নাথ জগন্নাথ
জগন্নাথ জগন্নাথ হৰি হৰি ৰাম
জগন্নাথ জগন্নাথ হৰি।।
হায় এ* নিৰঞ্জন নিৰঞ্জন     নিৰঞ্জন নিৰঞ্জন
নিৰঞ্জন নিৰঞ্জন হৰি।
নিৰঞ্জন নিৰঞ্জন     নিৰঞ্জন নিৰঞ্জন
নিৰঞ্জন নিৰঞ্জন হৰি হৰি ৰাম (এ)
নিৰঞ্জন নিৰঞ্জন হৰি।। *(ঘুষিব লাগে)

গোপাল গোপাল     গোপাল গোপাল
গোপাল গোপাল ৰাম এ
গোপাল গোপাল     গোপাল গোপাল
গোপাল গোপাল ৰাম ।।
এ ৰাম হৰি হৰি     ৰাম হৰি হৰি
ৰাম হৰি হৰি ৰাম এ।
ৰাম হৰি হৰি     ৰাম হৰি হৰি
ৰাম হৰি হৰি ৰাম ।
* প্রাণ বান্ধৱ ৰাম হৰি হৰি ৰাম।।*( ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত