অষ্টম যুগল পটল: নামছন্দ

* ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
এ ৰাম নাৰায়ণ, ৰাম কৃষ্ণ ৰাম।। *(ঘুষিব লাগে)

* বনমালী গোবিন্দ ৰাম কৃষ্ণ হৰি  ।।*(ঘুষিব লাগে)

* জীৱেৰ জীৱন ধন্ মুকুন্দ মুৰাৰি নাৰায়ণ।। *(ঘুষিব লাগে)

ৰাম কৃষ্ণ হৰি        অনন্ত মুৰাৰি এ
হৰি নাৰায়ণ
* ভকত জনৰ         দুঃখ ভয়হাৰী এ
হৰি নাৰায়ণ।। *(ঘুষিব লাগে)

* নমো নাৰায়ণ         নমো নাৰায়ণ অ
নিৰঞ্জন নিৰাকাৰ         নিৰ্ব্বিকাৰ নিৰাময়,
নৰোত্তম সম সনাতন।।*(ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত