চতুর্থ যুগল পটল: নামছ্ন্দ

ৰাম ৰাম ৰাম ৰাম গোবিন্দ     ৰাম ৰাম ৰাম ৰাম ও হৰি
ৰাম ৰাম ৰাম ৰাম।
ৰাম কৃষ্ণ হৰি        গোপাল গোবিন্দ
মুকুন্দ হৰি মুৰাৰি।।
ৰাম কৃষ্ণ ৰাম         কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম          কৃষ্ণ ৰাম কৃষ্ণ
*ৰাম গোবিন্দ জয় ৰাম। *(ঘুষিব লাগে)
ৰাম কৃষ্ণ ৰাম কৃষ্ণ         ৰাম কৃষ্ণ ৰাম হ্‌ৰি
ৰাম কৃষ্ণ ৰাম।
ৰাম  কৃষ্ণ ৰাম         ৰাম  কৃষ্ণ ৰাম হ্‌ৰি।
    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
    পতিত পাৱন হৰি গুণে অনুপাম।।
মোৰ প্রভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম।
ভকত বৎসল প্রভু গুণে অনুপাম।। (তল ধিমাব)

* ৰাম কৃষ্ণ নাৰায়ণ হৰিৰে হে।
অ প্রভুৰে হে, ৰাম ৰাম ৰাম।। (ঘুষিব লাগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত