You are here

অৱহু মাই দেখত মিলল আনন্দ (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত )

ৰাগ || গৌড়ী 

অবহু মাই দেখত মিলত আনন্দা (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত) ৰাগ ।।

ধ্ৰুং- অৱহু মাই দেখত মিলল আনন্দ। 

বালক সাথে উগত ভয়ো হামাৰি

নয়ন চকোৰ শ্যামচান্দ।।

 

পদ- দিৱস সবহু মাই মাধু বিৰহ তাপ

তপনু তাপিত তনু মােৰা৷

অব যশােমতীসুত চান্দ শীতল দেহ

কয়ল সয়ল তাপ থােড়া।।

কমন চতুৰ বিধি মাধু-মধুৰ ৰূ

নিৰমিল কতহু সানন্দা।

জনমে জনমে গতি ওহি কমলপদ

কহয় মাধৱ মতি মন্দা।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
Palash: 
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত