|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্রুং - নাৰায়ণ সেৱােহাে চৰণ তােহাৰি
তুহু বিনে আৱৰি সুহৃদ নাহি হেৰোঁহাে
দয়া কৰহি হামাৰি।।
|| পদ ||:
পদ- তুহু কৃপাল কৰুণাময় মানস
দয়া কৰু একবাৰা।
নিগম নিগুঢ় সাৰ তেৰি নামা
ৰহু ভৰি বয়নে হামাৰা।।
ভকতি-আনন্দ বিন্দু কৰ দানা
মেৰি যতনে তেজি আশা।
পয়ৰহি লাগি শৰণ একু মাগোঁ
দীন মাধৱ মতিনাশা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1433 reads