You are here

ৰাম গােসাঁই কৰােহে গােহাৰি (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। আশােৱাৰী

ধ্ৰুং - ৰাম গোসাঁই কৰোহোঁ গোহাৰি ।

       ৰহু হৃদি-পংকজ ঠাম হামাৰি।।

|| পদ ||: 

পদ- মায়া ছােড়ি ভকতি কৰু দানা।

কৰোঁ তুৱা চৰণ-পংকজ মধুপানা।।

মাধৱ দাস কহতু ৰাম তেৰা।

যাহাঁ যাহাঁ চৰণ তাহে শিৰো মেৰা।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত