|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং -নাৰায়ণ লীলা জানব কোই
সনক সনাতন চিন্তি চতুৰমুহ
অধিকহি বিমােহিত হােই।।
|| পদ ||:
পদ- কোটি কোটি অণ্ড আৱত যাৱত
ৰােম ৰন্ধ্রমহ যাৰ।
সােহি ভূমিভাৰ হৰসি শূৰ শূকৰ
নৰসিংহ অৱতাৰ।।
যত দেখু কায়া সুত বিত জায়া
মায়াকু সব বন্ধ।
হামু যত জীৱ শিৱ তেৰি অংশ
কাহে ওহি মােহ বন্ধ।।
শংকৰ কহ পহু পয়ৰহি লাগোঁ
মাগোঁ নাহি আন কামা।
ওহি কুপা কৰু ৰূপ হৃদয়ে ধৰু
বহু মুহ ভৰি তেৰি নামা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1391 reads