যশােৱাকু আগু বােলত হৰি ভাৱ (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। বৰাড়ী

ধ্রুং - যশােৱাকু আগু বােলত হৰি ভাৱ।

আজু চিনান কৰব নাহি মাৱ।।

|| পদ ||: 

পদ- ফিৰলাে বনে বনে ধেনু বিচাৰি।

তৃণে কাটল সব শৰীৰ হামাৰি।।

স্নান কৰিতে লাগিয়ে তথি নীৰ।

পােৰব হামাকেৰি সকল শৰীৰ।।

কাকু কৰিয়ে বােলােহোঁ শুন মাই।

শুতিয়ে ৰহব আজি কিছুৱে নখাই।।

তনয়কু বাণী শুনিয়ে বৰনাৰী।

প্রেম পৰসি নয়নে জুৰে বাৰি।।

কৰতহু স্নান শুনহ মেৰি বাপ।

দুখুনীক পুত কৰবি নাহি তাপ।।

কোমল লৱণু মাখবাে গাৱে আনি।

কৰাবহু স্নান সুশীতল পানী।।

পােৰব নাহি জুৰাৱব সৱ গাৱ।

স্নান কৰিয়ে অমৃত অন্ন খাৱ।।

মাধৱ কহ হৰি গােচৰ হামাৰি।

কাটল কতি ব্রহ্ম শৰীৰ তােহাৰি।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত