|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্রুং - মন মেৰি ৰামচৰণহি লাগু।
তই দেখুনা অন্তক আগু।।
|| পদ ||:
পদ- মন আয়ু ক্ষণে ক্ষণে টুটে।
দেখু প্রাণ কোন দিনে ছুটে।।
মন কাল অজগৰে গিলে।
জান তিলেকে মৰণ মিলে।।
মন নিশ্চয় পতন কায়া।
তই ৰাম ভজ তেজি মায়া।।
মন ইসব বিষয় ধান্ধা।
কেন দেখি নদেখস অন্ধা।।
মন সুখে পাৰ কৈছে নিন্দ।
তই চেতিয়া চিন্ত গােৱিন্দ।।
মন জানিয়া শংকৰে কহে।
দেখ ৰাম বিনা গতি নহে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4076 reads