|| ঘোষা ||: ৰাগ ।। কামােদ ধ্রুং - যমুনা তীৰে তীৰে যদুৰায়। ব্ৰহ্মাৰ দুর্লভ ধেনু চৰায়।। || পদ ||: পদ- দীন মাধৱে কহে পৰমাণ। ওহিভাৱে সুমৰি যাওক পৰাণ। পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ মেৰাে মাই ওহাে যশােৱা (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত) up যশােমতী পেখিতে নয়ন জুৰায় (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত) › 1413 reads