|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্ৰুং - হৰিপদ মােহােৰ পৰম ধন।
তাহে কমনে বহু বিছুড়ি পামৰু মন।।
|| পদ ||:
পদ- হৰিপদপংকজ ভৱভয়ভঞ্জন ৰে।
ভকতজনৰ নিজ ধন মনােৰঞ্জন ৰে।।
অভয় চৰণ দুহোঁ সুৰাসুৰ বন্দন ৰে।
ই তিনি ভুৱনপতি গােপ নন্দনন্দন ৰে।।
অসাৰ সংসাৰ সব ধন জন জীৱন ৰে।
কহত মাধৱ দীন মন মেৰি নাৰায়ণ ৰে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1381 reads