ৰাগঃ || গৌড়ী
ধ্রুং- কমনে ৰময়া মন বিছুৰি ৰহূ বৃথা মােহে ভুলাই।
ৰাম চৰণ চিন্ত চিত্ত মৃত্যুতৰণ উপায়।।
পদ- সফল জীৱন যাে জন্তু নিত্য জল্পত ৰামা।
কেশৱ না সেৱি যাে জীৱয় বীট কীট উপামা।।
যাকেৰি চাকেৰি কৰতহু গতি পাতকী পাই।
শংকৰ কহ সােই হৰিকো ভকতি কতি ন কাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2398 reads