|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্ৰুং - পামৰু মনাই কমনে হৰিৰ নাম।
ৰহলি বিছুড়ি।
কবহু চলিতে ৰে লাগয় যমপুৰী।।
|| পদ ||:
পদ- কাহাঁ গয়াে মাতা পিতা কাহাঁ গয়াে ভাই।
ধন জন কাহাঁ গয়াে সুহৃদ মনাই।।
কমনে না পেখোঁ মন আপুন মৰণা।
নিশ্চয়ে চলিতে লাগে যমৰ কৰণা।।
নাম সুমৰিতে ছুটে অন্তকেৰি দায়।
উত্তম অমৰপদ ঠামহি মিলায়।।
কহয় মাধৱ দাস দীন মতিহীনা।।
এ ভৱ তৰণী নাহি ৰামনাম বিনা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2121 reads