|| ঘোষা ||:
ৰাগ ।। সুহাই
ধ্রুং - প্রাণেৰ গােপীনাথ কৰােহোঁ গােহাৰি তুৱা পারে।
প্রাণনাথ, সেৱক বুলিয়া কৰু দয়া ৰে।।
|| পদ ||:
পদ- মৰি এ বিষয় বিষপানে।
ভকতি অমিয়া মাগোঁ দানে।।
অজ্ঞান তিমিৰে ভৈলােহোঁ অন্ধ।
ছােড় প্রভু ওহি মােহবন্ধ।।
কহয় মাধৱ দাস দীনে।
প্রেম ভকতি ৰতিহীনে।।
পলাশ ৰঙন চৌধুৰীৰ প্ৰচেষ্টাত
- 1330 reads