হৰিৰ হাঁসি বংশী বায় (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ধনশ্রী

ধ্রুং - হৰি হাসি বংশী বায়, বংকিম নয়নে চায়।

শিথিল গনমে ধায়, ঝুৰয় নূপুৰ পাই।।

|| পদ ||: 

পদ- ৰূপে ভুৱন মােহে গলে গজমতি লােহে।

অলক তিলক শােহে বছৰু চাৰিতে ৰােহে।।

ঈষত মধুৰ হাস শােহে তনু পীতবাস।

কহয় মাধৱ দাস ছােড় প্রভু মােহ পাশ।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত