ৰাগ- শ্রী
ধ্ৰুং- গােকুলে আজু গােপাল বিনে ভযাে অন্ধিয়াৰি।
উগত সুৰ দূৰ গয়াে ৰে মুৰাৰি।।।
পদ- হামাৰি জীৱন দূৰ গয়ােৰে গােৱিন্দ।
নয়নে নেদেখো আৰ পদ অৰৱিন্দ।।
ৰবি বিনে দিন নােহে জল বিনে মীন।
হৰি বিনে গােপীৰ জীৱন ভেল খীণ ।।
ধৰণী লুটিয়া গােপী ফোকাৰে সঘন।
কহয় মাধৱ গতি নন্দেৰ নন্দন।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1698 reads