|| ঘোষা ||:
ৰাগ ।। বেলােৱাৰ
ধ্রুং - বিৰিন্দাবনে খেলত মধুৰ মুৰাৰি।
মােহন মধুৰ হাসি মুৰুৰী বজাৱত
ই তিনি ভুৱন অধিকাৰী।।
|| পদ ||:
পদ- শাৰদ ইন্দু নিন্দি আনন শােভিত
ৰঞ্জিত মধুময় হাসে।
অভিনৱ জলধৰ তড়িত জড়িত যৈছে।
তনু শােভিত পীতবাসে।।
নয়ন উজোৰ কৰে কংকণ কেয়ুৰ
বনমালা হৃদয়ে দোলাৱে।
চৈধ্যয় ভুৱন ভুলি ৰূপে মিলাৱত
মধুৰ পঞ্চম ৰসে গাৱে।।।
কতন জড়ি মণি মঞ্জৰী ৰঞ্জিত
পদপংকজ পৰকাশা।
ভকত পৰম গতি ভাৱে মজোক মতি
মাধৱ এহু অভিলাষা।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত