|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্ৰুং - হৰিগুণ কৈছে বিছুড়ি মন ৰে।
এ ভৱসাগৰে তেৰি তাৰক ৰে।।
|| পদ ||:
পদ- নিগম নিগূঢ় বাণী হৰিগুণ সাৰু।
তাহে বিছুড়ি ভৱ তৰয়ে নপাৰু।।
কলি কলমষ ঘােৰ পায়ােধি মনাই।
বিছুড়ি গােৱিন্দ গুণ তাৰক নাই।।
কহয় মাধৱ দাস দীন হীনমতি।
ইহ পৰলােকে মেৰি গােৱিন্দ গতি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1720 reads