|| ঘোষা ||:
ৰাগ ।। গৌড়ী (গৌৰী?)
ধ্রুং -নাহি নাহি ৰময়া বিনে পাপতাৰক কোই।
পৰমানন্দ-পদ-মকৰন্দ সেৱহু মন মােই।।
|| পদ ||:
পদ- তীৰথ বৰত তপ জপ যাগ যােগ যুগুতি।
মন্ত্ৰ পৰম ধৰম কৰম কৰত নাহি মুকুতি।।
মাতু পিতু পতনী তনয় জনয় সব মৰণা।
ছাৰহু ধন্ধ মানস অন্ধ ধৰতু হৰিচৰণা।।
কৃষ্ণকিংকৰ শংকৰ কহ বিছুৰি বিষয় কামা।
ৰামচৰণে লেহু শৰণ জপ গােৱিন্দক নামা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1761 reads