মন মেৰি হৰি সংগে মিত বন্ধায়াে (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। মাহুৰ

ধ্রুং - মন মেৰি হৰি সংগে মিত বন্ধায়াে।

       ঐছন যতন কিয়াে সব ছােড়ি

                    সন্ত সংগতি ৰতি লায়াে।।

|| পদ ||: 

পদ- সজ্জন সাথহি একু মিলন কিএ

                 অৱনিশি হৰিগুণ গায়াে।

তেজিয়ে সয়ল মনােৰথ আৱৰি

                হৰিপদে প্রেম মিলায়াে।।

পুনু পুনু আৱাগনম এড়ায়াে

               মায়া-ভৰম বাহুৰায়াে।

কহয় মাধৱ তব হৰিপদে

              সেৱা পৰমানন্দ সুখ পায়াে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত