গােপীনাথ গােহাৰি কৰােহোঁ তুৱা পায়া (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ ।। সুহাই

ধ্রুং: -

গােপীনাথ গােহাৰি কৰােহোঁ তুৱা পায়া।

সেৱক বুলিয়া কহু দায়া।।

পদ:-

মৰিয়ে বিষয় বিষ পানে।

ভকতি অমিয়া মাগোঁ দানে।।

অজ্ঞান তিমিৰে ভৈলাে অন্ধ।

ছােড় প্রভু ওহি মােহবন্ধ।।

কহয় মাধৱদাস দীনে।

প্রেম ভকতি ৰতি হীনে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত