ৰাগ - আশােৱাৰী ধ্ৰুং - চিন্তহু গােৱিন্দ মন মেৰি ভাই । হৃদয়পংকজে ৰহু ৰাম গােসাঁই ।। পদ - জগজন জীৱন ৰহু হৃদি ৰামা। কোটি কল্পতৰু পূৰণ কামা ।। মাধৱ দাস কহয় মন মােই । ৰাম বিনে নাহি বান্ধৱ কোই ।। - পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ চল ৰে চল বন্ধু উদ্ধৱ হে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত) up ছিৰিৰাম মই হৰি পাপী পামৰু (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত) › 2297 reads