সােই সােই ঠাকুৰ মােই (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। শ্রী

ধ্রুং - সােই সােই ঠাকুৰ মােই যাে হৰি পৰকাশা।

নাম ধৰত ৰূপ স্মৰত তাকেৰি হামু দাসা।।

|| পদ ||: 

পদ- পণ্ডিতে পঢ়ে শাস্ত্র মাত্র সাৰ ভকতে লীয়ৈ।

অন্তৰ জল ছুটয় কমল মধু মধুকৰ পীয়ৈ।।

যাহে ভকতি তাহে মুকুতি ভকতে এ তত্ত্ব জানা।।

যৈছে বণিক চিন্তামণিক জানি গুণ বখানা।।

কৃষ্ণকিংকৰ শংকৰ কহ ভজ গাৱিন্দক পাৱে।।

সােহি পণ্ডিত সােহি মণ্ডিত যাে হৰি গুণ গাৱে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত